? দেশৰ ষ্টেণ্ডিং কমিটী অৱ ইণ্টাৰষ্টেট কাউন্সিলৰ সদস্য নিৰ্বাচিত…

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ক দেশৰ ষ্টেণ্ডিং কমিটী অৱ ইণ্টাৰষ্টেট কাউন্সিলৰ সদস্য নিৰ্বাচিত… আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এ কৰে এই ঘোষণা… কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰ অধ্যক্ষতাত এই সমিতিয়ে দেশৰ আভ্যন্তৰীণ

? খৰছাৱান বিধানসভা ত উপস্থিত হিমন্ত বিশ্ব শৰ্মা…

আজি অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মা ই খৰছাৱান বিধানসভাৰ পৰা বিজেপি প্ৰাৰ্থী সোণাৰাম বোদ্ৰাৰ সমৰ্থনত বিশাল জনসভাক সম্বোধন কৰে… উক্ত জনসভাৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ ঝাৰখণ্ডৰ উন্নয়নৰ হকে

? চিৰাঙৰ বেংতলৰ জাখ্ৰিখাং পথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

আগন্তুক চিদলী বিধানসভাৰ উপঃনিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি চিৰাঙৰ বেংতলৰ জাখ্ৰিখাং পথাৰত এখন বিশাল নিৰ্বাচনী সভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা… উক্ত জনসভাত ৰাইজৰ পাৰভঙা উৎসাহ দেখি অভিভূত হ'ল মুখ্যমন্ত্ৰী দেৱ৷৷

? নলবাৰীৰ জিলা আয়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ…

অযুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ… গোচৰ ৰুজুৰ নিৰ্দেশ নলবাৰী জিলা আদালতৰ… বিলম্বিত ACS অৰ্পণা শৰ্মাৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজুৰ নিৰ্দেশ… লোকসভা নিৰ্বাচনৰ প্ৰকক্ষনত বৰ্ণালী ডেকা আৰু অৰ্পণা শৰ্মাৰ হৈছিল সংঘাত…

? পালংঘাটত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

আগন্তুক উপ-নিৰ্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ধলাই সমষ্টিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস ৰ সমৰ্থনত পালংঘাটত আয়োজন কৰা দ্বিতীয়খন "বিজয় সংকল্প সমাৱেশ"ত আজি বিয়লি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে… এই সমাবেশতো ৰাইজৰ

? অসম আৰু অসমীয়া ৰ প্ৰাণ “বৰদলৈ ট্ৰফী”⚽…

পুনৰ প্ৰাণোচ্ছল হৈ পৰিব ⚽অসম আৰু অসমীয়া ৰ প্ৰাণ “বৰদলৈ ট্ৰফী”⚽… ৮০ ৰ দশৰৰ পৰা এই বৰদলৈ ট্ৰফী য়ে অসমীয়া জাতীয় জীৱনত তথা বৰ অসমৰ ফুটবলৰ পথাৰখনত যি আলোড়ন সৃষ্টি কৰিছিল কিবা কাৰণত "বৰদলৈ ট্রফী"-এ যেন হেৰুৱাই পেলাইছিল সেই ঐতিহ্য☆☆☆☆কিন্তুু

? এক বিশাল জনসভাক সম্বোধন ড°হিমন্ত বিশ্ব শৰ্মা ৰ…

আগন্তুক ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি সোচেনাবাদ ত বিজেপি সৰ্মথিত প্ৰাৰ্থীৰ প্ৰচাৰৰ নিৰ্মিত্তে এক বিশাল জনসভাক সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই… উক্ত জনসভাৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ ঝাৰখণ্ডৰ

? দিছপুৰস্থিত লোকসেৱা ভৱন ত পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰয়াত বীৰুবালা ৰাভাৰ কন্যা শ্ৰীমতী কুমলী ৰাভা…

দিছপুৰস্থিত লোকসেৱা ভৱনৰ কাৰ্যালয়ত প্ৰসিদ্ধ সমাজসেৱিকা পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰয়াত বীৰুবালা ৰাভাৰ কন্যা শ্ৰীমতী কুমলী ৰাভাক পূৰ্বে ঘোষিত অনুসৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা এ ৫ লাখ টকাৰ এখন চেক আৰ্থিক সাহায্য হিচাপে আগবঢ়ায়…

? ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ দৰে চহৰত নতুন ঘৰ নিৰ্মাণত বাধা আৰোপ…

“বেদখলৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা নীতিৰ অধীনত বিশেষকৈ চাহ বাগিচা অঞ্চলৰ ক্ষেত্ৰত আমি অনুমতিবিহীন ব্যক্তি আৰু বেদখলকাৰীৰ দ্বাৰা ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ দৰে চহৰত নতুন ঘৰ নিৰ্মাণত বাধা আৰোপ কৰিছোঁ… চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে এই