? এক বিশাল জনসভাক সম্বোধন ড°হিমন্ত বিশ্ব শৰ্মা ৰ…

0

আগন্তুক ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি সোচেনাবাদ ত বিজেপি সৰ্মথিত প্ৰাৰ্থীৰ প্ৰচাৰৰ নিৰ্মিত্তে এক বিশাল জনসভাক সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই…

উক্ত জনসভাৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ ঝাৰখণ্ডৰ জনতাক আগন্তুক বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ উন্নয়ন ও প্ৰগতিৰ কল্পে দলেবলে বিজেপি চিহ্নত ভোটদান কৰিবলৈ আহ্বান জঁনাই…

Leave A Reply

Your email address will not be published.