? ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ দৰে চহৰত নতুন ঘৰ নিৰ্মাণত বাধা আৰোপ…

0

“বেদখলৰ বিৰুদ্ধে আমাৰ শূন্য সহনশীলতা নীতিৰ অধীনত বিশেষকৈ চাহ বাগিচা অঞ্চলৰ ক্ষেত্ৰত আমি অনুমতিবিহীন ব্যক্তি আৰু বেদখলকাৰীৰ দ্বাৰা ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ দৰে চহৰত নতুন ঘৰ নিৰ্মাণত বাধা আৰোপ কৰিছোঁ…

চাহ বাগিচাৰ শ্ৰমিকসকলৰ সৈতে এই নির্দেশৰ কোনো সম্পৰ্ক নাই। মই স্পষ্ট কৰি দিব বিচাৰোঁ যে এই নিৰ্দেশ কেৱল বেদখলকাৰীসকলৰ বাবেহে প্ৰযোজ্য আৰু আমাৰ চাহ বাগিচা সম্প্ৰদায়ৰ যিসকলে তেওঁলোকৰ নিজৰ ঘৰ নিৰ্মাণ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়”…

– মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

Leave A Reply

Your email address will not be published.