? খৰছাৱান বিধানসভা ত উপস্থিত হিমন্ত বিশ্ব শৰ্মা…

0

আজি অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মা ই খৰছাৱান বিধানসভাৰ পৰা বিজেপি প্ৰাৰ্থী সোণাৰাম বোদ্ৰাৰ সমৰ্থনত বিশাল জনসভাক সম্বোধন কৰে…

উক্ত জনসভাৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ ঝাৰখণ্ডৰ উন্নয়নৰ হকে বিজেপি দলৰ প্ৰাৰ্থীক জনসমৰ্থন আগবঢ়াৱ লৈ ৰাইজক আহ্বান জনাই…

Leave A Reply

Your email address will not be published.