Browsing Category
SPORTS
? বি এছ এফৰ দ্বাৰা আটক ২ বাংলাদেশী নাগৰিক…
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বিএছএফে অভিযান চলাই বৃহস্পতি বাৰ১৭ আৰু শুকুৰবাৰ ১৮ অক্টোবৰৰ মাজৰ নিশা উত্তৰ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত বিঅ'পি ৰংনাত এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে , যি সময়ত তেওঁ সীমান্তৰ বেৰৰ আলোচনা কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ!-->…
? তৃণমূল পর্যায়ত ক্রীড়া প্রতিভাৰ বিকাশ…
তৃণমূল পর্যায়ত ক্রীড়া প্রতিভাৰ বিকাশ তথা সামগ্রিকভাৱে ৰাজ্যৰ ক্রীড়া সংস্কৃতিক উৎসাহিত কৰাৰ অর্থে আহি আছে খেল মহাৰণ ২.০….
১৪ অক্টোবৰলৈকে ১০ লাখতকৈও অধিক পঞ্জীয়নৰ সৈতে এই পদক্ষেপে গুৰুত্বপূৰ্ণ গতি লাভ কৰিছে আৰু ই উদীয়মান প্ৰতিভাক!-->!-->!-->!-->!-->…
? ৰজাদিনীয়া শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰ দৃষ্টিনন্দন ৰূপত নতুনকৈ নিৰ্মাণ…
বিজনীৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰটো শেহতীয়াকৈ দৃষ্টিনন্দন ৰূপত নতুনকৈ নিৰ্মাণ কৰা হৈছে…
শাৰদীয় দুৰ্গোৎসৱৰ উৎসৱমুখৰ পৰিৱেশতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই আজি নৱ নিৰ্মিত মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে… লগতে!-->!-->!-->…
? খেল মহাৰণ…
খেল মহাৰণ হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অসমত ক্ৰীড়াৰ প্ৰচাৰ আৰু স্থানীয় প্ৰতিভাক স্বীকৃতি দিয়াৰ লক্ষ্যৰে আয়োজিত এক অনুষ্ঠান…
বিশেষকৈ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক ইয়াৰ জৰিয়তে প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু নিজৰ পাৰদৰ্শিতা!-->!-->!-->!-->!-->…
? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ…
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা আইমী বৰুৱাই গ্ৰহণ কৰে এই সন্মান…
আইমী বৰুৱা পৰিচালিত‘বিৰুবালা- উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বিশেষ বঁটা…
? এক বিৰল প্ৰাপ্তি…
প্ৰাণৰ 'অসমীয়া ভাষা'টিলৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা-- কথাটিয়েই মনটো ভৰাই তুলিছে৷ হয়তো একে অনুভৱেৰে আপুনিও মহীয়ান হৈছে…
অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ৰ লগতে!-->!-->!-->!-->!-->…
? সম জিলা গঠনেৰে দেশৰ ভিতৰতে অসমৰ স্বীকৃতি কঢ়িয়াই আনিবলৈ সক্ষম…
সম জিলা গঠনেৰে মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন অসম চৰকাৰে অসমৰ বাবে দেশৰ ভিতৰতে এনে পদক্ষেপ গ্রহণ কৰা প্রথম ৰাজ্যৰ স্বীকৃতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে….
অহা ৪ আৰু ৫ অক্টোবৰত প্রথম পর্যায়ত ৩৯খন সমজিলা উদঘাটন কৰা হ’ব।!-->!-->!-->!-->!-->…
? পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত ৰাষ্ট্ৰপতি ডঃ ক্লউডিয়া শ্যেইনবাউম পাৰ্ডাৰ শপতগ্ৰহণ অনুষ্ঠানত…
বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লউডিয়া শ্যেইনবাউম পাৰ্ডাৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষৰ হৈ উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰে…
উল্লেখ্য যে মেক্সিকোৰ স্বৰাজোত্তৰ বিগত দুশ বছৰত ৰাষ্ট্ৰপতি পদত!-->!-->!-->!-->!-->…
? সুৰজিৎ শইকীয়ালৈ চলিত বৰ্ষৰ ‘সাংবাদিকতা বঁটা ২০২৪’ প্ৰদান…
জ্যেষ্ঠ সাংবাদিক সুৰজিৎ শইকীয়ালৈ চলিত বৰ্ষৰ 'সাংবাদিকতা বঁটা ২০২৪' প্ৰদান…
ৰবিবাৰে গুৱাহাটীৰ দিছপুৰ স্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত দিছপুৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটিত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰা হয়…
!-->!-->!-->!-->!-->!-->!-->…
? ৰাজহুৱা প্ৰশাসন ব্যৱস্থাটোক নাগৰিকৰ অধিক ওচৰ গঢ়ি তোলাৰ উদ্দেশ্যেই সম-জিলা গঠন…
ৰাজহুৱা প্ৰশাসন ব্যৱস্থাটোক নাগৰিকৰ অধিক ওচৰ চপাই কাৰ্যদক্ষ, কাৰ্যকৰী আৰু ফলপ্ৰসূ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যেই সম-জিলা গঠন কৰা হৈছে ৷ ৰাজ্যিক কেবিনেটত ৭৮ খন সম-জিলা গঠনৰ সিদ্ধান্ত লোৱা হৈছে যদিও সদ্যহতে প্ৰথম পৰ্যায়ত অহা ২!-->…