? মুখপত্ৰ “জ্যোতি-প্ৰৱাহ” উন্মোচন…

যোৱা ২৫/১১/২০২৪ তাৰিখে ডায়েট,নগাঁও,চামগুৰিত অনুষ্ঠিত হৈ যায়,ডায়েট নগাঁও,চামগুৰিৰ বাৰ্ষিক মুখপত্ৰ "জ্যোতি-প্ৰৱাহ"… মুখপত্ৰ খন উন্মোচন কৰে অসমৰ বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে। সভাত সভাপতিত্ব কৰে ডায়েট,নগাঁৱৰ অধ্যক্ষ ডেইজী

? ‘অটল বিহাৰী বাজপেয়ী’ ভৱনত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠ চাৰিআলিস্থিত মুখ্য কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী' ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী জি আৰ ৰবীন্দ্ৰ ৰাজু, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰ

? সংবাদমেল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই…

আজি এক সংবাদমেল সম্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই… উক্ত সংৱাদমেল ত মুখ্যমন্ত্ৰী এ বহুখিনি বিষয় অসমবাসীক অৱগত কৰে… ?অহা ২৪, ২৫ ফেব্ৰুৱাৰীত অসমত হ'ব এডভাণ্টেজ অসম 2.O। আছাম INVESTORS AND INFRASTRUCTURE SUMMIT শীৰ্ষক

? আজি ৪০২সংখ্যক লাচিত দিৱস…

শৌৰ্য-বীৰ্যৰ অম্লান প্ৰতীক মহান অসমীয়া লাচিত বৰফুকনৰ জাতিৰ বাবে অৱদান অসম তথা ভাৰত বুৰঞ্জীত স্বৰ্ণিল আখৰেৰে লিপিবদ্ধ হৈ থাকিব… আজি ৪০২সংখ্যক লাচিত দিৱসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আহোম বুৰঞ্জীৰ অমৰ সত্তা, বৰেণ্য

? এক বৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পদক্ষেপ…

চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত উদ্ভাসিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত এক বৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ পদক্ষেপ লৈছে… অসম লোকসেৱা ভৱনত আজি অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা

? ‘শীৰ্ষ বিদ্যালয়’ (Leader Schools) স্থাপনৰ প্ৰস্তাৱৰ ওপৰত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰী ড°…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি 'শীৰ্ষ বিদ্যালয়' (Leader Schools) স্থাপনৰ প্ৰস্তাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসমৰ শিক্ষা খণ্ডৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠকত অধ্যক্ষতা কৰে… এই বিদ্যালয়সমূহৰ লক্ষ্য হৈছে

? পশ্চিম বৰাগাঁৱত পশ্চিম বৰাগাঁৱত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

আজি পশ্চিম বৰাগাঁৱত নিৰ্মীয়মাণ শ্বহীদ স্মাৰক উদ্যান ক্ষেত্ৰৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদেশ্যে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়… অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ মহান শ্বহীদসকলৰ স্মৃতিত

? ডা: ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস…

কৰ্কট ৰোগৰ গুৱাহাটীস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি চিকিৎসা প্ৰতিষ্ঠান ডা: ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠানখনৰ সমূহ চিকিৎসক-কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে আন্তৰিক অভিনন্দন

? ৭৩সংখ্যক কাৰ্বি আংলং দিৱস…

৭৩সংখ্যক কাৰ্বি আংলং দিৱসৰ শুভক্ষণত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই কাৰ্বি আংলং তথা অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা কৰিছে… কাৰ্বি আংলঙৰ জন্মৰ আঁৰত বিশেষ অৱদান থকা আজিৰ এই মহান দিনটোত আটাইলৈ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী এ

? ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন…

সমগ্ৰ দেশৰ লগতে অসমতো আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়… “সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই অনুষ্ঠানে সংবাদসেৱী, চৰকাৰী বিষয়া আৰু