? বি এছ এফৰ দ্বাৰা আটক ২ বাংলাদেশী নাগৰিক…

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত বিএছএফে অভিযান চলাই বৃহস্পতি বাৰ১৭ আৰু শুকুৰবাৰ ১৮ অক্টোবৰৰ মাজৰ নিশা উত্তৰ ত্ৰিপুৰা জিলাৰ অন্তৰ্গত বিঅ'পি ৰংনাত এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে , যি সময়ত তেওঁ সীমান্তৰ বেৰৰ আলোচনা কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ

? মিছন বসুন্ধৰাৰ জৰিয়তে ৰাইজক উৎকৃষ্ট সেৱা প্ৰদান…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে মিছন বসুন্ধৰাৰ জৰিয়তে ৰাইজক উৎকৃষ্ট সেৱা প্ৰদান কৰি আহিছে… আজি মিছন বসুন্ধৰা ৩.০ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰাৰ লগে লগে মাটি সম্পৰ্কীয় অধিক সুবিধা ৰাইজে লাভ কৰিব পাৰিব…

? মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান”ৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ…

"মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান"ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক ভাৱে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ই শুভাৰম্ভ কৰে… প্ৰথম পৰ্যায়ত ২৫,০০০ শিক্ষিত যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ পাছত পুনৰবাৰ মুখ্যমন্ত্ৰী এ এই

? কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীছিৰাগ পাছোৱান ৰ সৈতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ সাক্ষাত…

আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীছিৰাগ পাছোৱানৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা… উক্ত সাক্ষাৎকালত মুখ্যমন্ত্ৰী এ ৰাজ্যৰ স্বাৰ্থজনিত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে অসমত নতুন খাদ্য

? তৃণমূল পর্যায়ত ক্রীড়া প্রতিভাৰ বিকাশ…

তৃণমূল পর্যায়ত ক্রীড়া প্রতিভাৰ বিকাশ তথা সামগ্রিকভাৱে ৰাজ্যৰ ক্রীড়া সংস্কৃতিক উৎসাহিত কৰাৰ অর্থে আহি আছে খেল মহাৰণ ২.০…. ১৪ অক্টোবৰলৈকে ১০ লাখতকৈও অধিক পঞ্জীয়নৰ সৈতে এই পদক্ষেপে গুৰুত্বপূৰ্ণ গতি লাভ কৰিছে আৰু ই উদীয়মান প্ৰতিভাক

? ৰজাদিনীয়া শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰ দৃষ্টিনন্দন ৰূপত নতুনকৈ নিৰ্মাণ…

বিজনীৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া শ্ৰীশ্ৰীলক্ষ্মী মন্দিৰটো শেহতীয়াকৈ দৃষ্টিনন্দন ৰূপত নতুনকৈ নিৰ্মাণ কৰা হৈছে… শাৰদীয় দুৰ্গোৎসৱৰ উৎসৱমুখৰ পৰিৱেশতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই আজি নৱ নিৰ্মিত মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে… লগতে

? খেল মহাৰণ…

খেল মহাৰণ হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অসমত ক্ৰীড়াৰ প্ৰচাৰ আৰু স্থানীয় প্ৰতিভাক স্বীকৃতি দিয়াৰ লক্ষ্যৰে আয়োজিত এক অনুষ্ঠান… বিশেষকৈ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক ইয়াৰ জৰিয়তে প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু নিজৰ পাৰদৰ্শিতা

? ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ…

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ অভিনেত্ৰী আইমী বৰুৱাৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা আইমী বৰুৱাই গ্ৰহণ কৰে এই সন্মান… আইমী বৰুৱা পৰিচালিত‘বিৰুবালা- উইটচ টু পদ্মশ্ৰী’লৈ বিচাৰকৰ বিশেষ বঁটা…

? ৰাজ্য চৰকাৰে প্ৰদান কৰিব সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা-২০২৪…

সমাজ এখনক ইতিবাচক পৰিৱৰ্তনেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যক্তিবিশেষক সন্মান আৰু স্বীকৃতি জনোৱাটো প্ৰতিজনৰে নিতান্তই দায়িত্ব। এনে স্বীকৃতিয়ে তেখেতসকলক কৰি থকা কাম অব্যাহত ৰাখিবলৈ উৎসাহী কৰে… তদুপৰি এজন যোগ্য ব্যক্তিক যোগ্য সন্মানেৰে

? “মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি”…

অসমত স্ত্ৰী-শিক্ষাৰ উত্তৰণত এক অনন্য মাত্ৰা সংযোজিত হ’ল—“মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি”… বাল্য বিবাহ প্ৰতিৰোধ আৰু আধাতে শিক্ষা ত্যাগ কৰা সমস্যা সমাধান কৰাত নিযুত মইনা আঁচনিয়ে যুগান্তকাৰী প্ৰভাৱ পেলাব… আজি খানাপাৰাত মুখ্যমন্ত্ৰী