? পালংঘাটত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

0

আগন্তুক উপ-নিৰ্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ধলাই সমষ্টিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস ৰ সমৰ্থনত পালংঘাটত আয়োজন কৰা দ্বিতীয়খন “বিজয় সংকল্প সমাৱেশ”ত আজি বিয়লি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে…

এই সমাবেশতো ৰাইজৰ বিপুল সঁহাৰিয়ে মুখ্যমন্ত্ৰী ক অতিশয় আনন্দিত আৰু অনুপ্ৰাণিত কৰে…

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ক সংগ দিয়ে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ই…

Leave A Reply

Your email address will not be published.