পুনৰ প্ৰাণোচ্ছল হৈ পৰিব ⚽অসম আৰু অসমীয়া ৰ প্ৰাণ “বৰদলৈ ট্ৰফী”⚽…
৮০ ৰ দশৰৰ পৰা এই বৰদলৈ ট্ৰফী য়ে অসমীয়া জাতীয় জীৱনত তথা বৰ অসমৰ ফুটবলৰ পথাৰখনত যি আলোড়ন সৃষ্টি কৰিছিল কিবা কাৰণত “বৰদলৈ ট্রফী”-এ যেন হেৰুৱাই পেলাইছিল সেই ঐতিহ্য☆☆☆☆কিন্তুু মানুহৰ মনৰ পৰা মঁচি যোৱা নাছিল সেই আলোড়ন।।।সেয়েহে অহা বৰ্ষৰ ২৯ জানুৱাৰী পৰা আকৌ এক নতুন ৰূপত আৰম্ভ হ’ব — “বৰদলৈ ট্রফী”…

আজি ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সৈতে গুৱাহাটী ক্ৰীড়া সন্থাৰ বুজাবুজি চুক্তিমৰ্মে এইবাৰ গুৱাহাটী ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰিব বৰদলৈ ট্ৰফী। বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাত সহায় কৰিব ৰাজ্য চৰকাৰে…