? দেশৰ ষ্টেণ্ডিং কমিটী অৱ ইণ্টাৰষ্টেট কাউন্সিলৰ সদস্য নিৰ্বাচিত…

0

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ক দেশৰ ষ্টেণ্ডিং কমিটী অৱ ইণ্টাৰষ্টেট কাউন্সিলৰ সদস্য নিৰ্বাচিত… আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এ কৰে এই ঘোষণা…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰ অধ্যক্ষতাত এই সমিতিয়ে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু কেন্দ্ৰ ও ৰাজ্যচৰকাৰৰ মাজৰ সম্পৰ্ক উন্নীতকৰণৰ সন্দৰ্ভত এই কমিটিয়ে ল’ব সিদ্ধান্ত…

Leave A Reply

Your email address will not be published.