খেল মহাৰণ হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অসমত ক্ৰীড়াৰ প্ৰচাৰ আৰু স্থানীয় প্ৰতিভাক স্বীকৃতি দিয়াৰ লক্ষ্যৰে আয়োজিত এক অনুষ্ঠান…

বিশেষকৈ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক ইয়াৰ জৰিয়তে প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু নিজৰ পাৰদৰ্শিতা তথা দক্ষতা প্ৰদৰ্শনৰ বাবে এক মঞ্চ প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাসমূহ পঞ্চায়ত পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ বিভিন্ন স্তৰত অনুষ্ঠিত কৰা হয়। ২০২৪ চনৰ ১৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব খেলমহাৰণ ২.০…