? তৃণমূল পর্যায়ত ক্রীড়া প্রতিভাৰ বিকাশ…

0

তৃণমূল পর্যায়ত ক্রীড়া প্রতিভাৰ বিকাশ তথা সামগ্রিকভাৱে ৰাজ্যৰ ক্রীড়া সংস্কৃতিক উৎসাহিত কৰাৰ অর্থে আহি আছে খেল মহাৰণ ২.০….

১৪ অক্টোবৰলৈকে ১০ লাখতকৈও অধিক পঞ্জীয়নৰ সৈতে এই পদক্ষেপে গুৰুত্বপূৰ্ণ গতি লাভ কৰিছে আৰু ই উদীয়মান প্ৰতিভাক লালন কৰা আৰু এক সামগ্ৰিক ক্ৰীড়া পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰতি ৰাজ্যৰ প্ৰতিশ্ৰুতিক নিশ্চিতভাৱে প্রতিফলিত কৰিছে…

Leave A Reply

Your email address will not be published.