সম জিলা গঠনেৰে মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন অসম চৰকাৰে অসমৰ বাবে দেশৰ ভিতৰতে এনে পদক্ষেপ গ্রহণ কৰা প্রথম ৰাজ্যৰ স্বীকৃতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে….

অহা ৪ আৰু ৫ অক্টোবৰত প্রথম পর্যায়ত ৩৯খন সমজিলা উদঘাটন কৰা হ’ব। প্রশাসনিক সংস্কাৰমূলক এই পদক্ষেপৰ জৰিয়তে জনসাধাৰণে ভূমি ৰাজহ, দণ্ডাধিকাৰীয়, উন্নয়ন-জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰীকে ধৰি বিভিন্ন জিলা পর্যায়ৰ সেৱাৰ সুবিধা সমীপতে লাভ কৰি উপকৃত হ’ব…