? নিৰ্মীয়মাণ খনিকৰ ষ্টেডিয়াম পৰিদৰ্শন…

0

আজি ডিব্ৰুগড়ত মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মা ই নিৰ্মীয়মাণ খনিকৰ ষ্টেডিয়াম পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়…

এই ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠিলে ডিব্ৰুগড়ত ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন আয়তন সংযোজন হ’ব। মূল গেলাৰী, ইনড’ৰ ষ্টেডিয়াম, ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল, ভি আই পি ব্লক, ছুইমিং পুল আদি কৰি বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট এই ষ্টেডিয়ামখন আটক ধুনীয়াকৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক মাননীয় মুখ্যমন্ত্রী এ যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে…

Leave A Reply

Your email address will not be published.