?৯৪বছৰীয়া ব্যক্তিয়ে গ্ৰহণ কৰিলে অসম সাহিত্য সভাৰ আজীৱন সভ্য পদ…
সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান
অসম সাহিত্য সভাৰ বৰ্তমানৰ নেতৃত্বৰ কাৰ্যপন্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি এগৰাকী চৌৰান্নৱৈ (৯৪) বছৰীয়া ব্যক্তিয়ে আজীৱন সভ্য পদ গ্ৰহণ কৰি সাহিত্য সভাৰ ইতিহাসত এক নজিৰ সৃষ্টি কৰিছে ৷ আজি কামৰূপ জিলা!-->!-->!-->!-->!-->…