?আৰ্তজনৰ কাষত অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
আৰ্তজনৰ কাষত অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
এক দুৰ্ভাগ্যজনক দুৰ্ঘটনাত মৃত্যু হোৱা ৮ বছৰীয়া কনমানী অবিনাশ সৰকাৰ ৰ গৃহত আজি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

এই কঠিন সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ই অভিভাৱক সকলক সান্ত্বনা দি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি কনমানীটিৰ বিদেহী আত্মাৰ চিৰশান্তি বাবে প্ৰাৰ্থনা জনায়৷