ASSAM ? Chief Minister Dr. Himanta Biswa Sarma donating blood… assam 24 Sep 17, 2024 0 Chief Minister Dr. Himanta Biswa Sarma is donating blood at the GMCH Blood Bank on the occasion of the birthday of Prime Minister Shri Narendra Modi at GMCH on September 17, 2024…
ASSAM ? বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী আটক… assam 24 Sep 13, 2024 0 সমাজৰ এক মাৰাত্মক ব্যাধি ৰূপে পৰিগণিত হোৱা ড্ৰাগছক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বলিষ্ঠ নেতৃত্ব প্ৰদান কৰাৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি আহিছে… যাৰ ফলস্বৰূপে বিগত!-->!-->!-->!-->!-->…
ASSAM ? ড° হিমন্ত বিশ্ব শর্মা ৰ ভাৰ্চুৱেল বৈঠকত সম্বোধন… assam 24 Sep 8, 2024 0 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা ই ভাৰতীয় জনতা পাৰ্টিয়ে আহ্বান কৰা 'সদস্যতা অভিযান-২০২৪' সম্পর্কত ভাৰ্চুৱেল বৈঠকত সম্বোধন কৰে… মুখ্যমন্ত্ৰী য়ে বৈঠকত প্রতিটো সমষ্টিত অধিকতম সদস্য দলত অন্তর্ভুক্ত কৰাবলৈ বিধায়ক সকলক আহ্বান জনায়…!-->!-->!-->!-->!-->…
ASSAM ? অসম চৰকাৰ আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ মাজত বিশ্ববিদ্যালয়খনত শ্ৰীমন্ত শংকৰদেৱৰ অধ্যক্ষ… assam 24 Aug 31, 2024 0 অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ অধ্যক্ষতাত বিশ্বদৰবাৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ও গুৰুজনাৰ মহানত্তম সৃষ্টি নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ ও প্ৰসাৰৰ হেতু অসম চৰকাৰ আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ মাজত বিশ্ববিদ্যালয়খনত শ্ৰীমন্ত!-->…
ASSAM ? অসমৰ কথিত উপ ভাষাসমুহ অসমীয়া ভাষাৰ অলংকাৰঃ হেমন্ত কলিতা… assam 24 Aug 31, 2024 0 কামৰূপ জিলা সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ বক্তৃতা প্ৰতিযোগিতা সম্পন্ন অসমৰ কথিত ভাষাসমুহ হৈছে অসমীয়া ভাষাৰ অলংকাৰ ৷ অসমৰ বিভিন্ন ঠাইত কথিত ৰূপত ব্যৱহাৰ হৈ থকা ভাষাবোৰৰো স্বকীয়তা আছে আৰু তাক বৰ্তাই ৰখাটোও আমাৰেই দায়িত্ব -!-->!-->!-->…
ASSAM ? সদনত সৰৱ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ… assam 24 Aug 28, 2024 0 দেশকঁপোৱা ধিং কাণ্ডৰ বিৰুদ্ধে তথা মাছ জেহাদ, উজনিত মিঞাক সময়সীমা বান্ধি দিয়া সন্দৰ্ভত সদনত সৰৱ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ… “খিলঞ্জীয়াৰ অধিকাৰ সদায় থাকিব, যেতিয়ালৈকে খৰ্ব নহয়; কিন্তু যেতিয়াই খৰ্ব হ'ব তেতিয়াই আইন-শৃংখলা!-->!-->!-->…
ASSAM ? গুৱাহাটী প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন… assam 24 Aug 27, 2024 0 গুৱাহাটী এইমছ আৰু প্ৰেছ ইনফৰমেশ্যন ব্যুৰ’,(PIB) গুৱাহাটীৰ উদ্যোগত তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়… পুৱা ১১ বজাত পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্ৰধান,!-->!-->!-->!-->!-->…
ASSAM ? শিলচৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত ড°হিমন্ত বিশ্ব শৰ্মা… assam 24 Aug 24, 2024 0 মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই ঐতিহ্যমণ্ডিত শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত উপস্থিত থাকি ২০খন বিছনাযুক্ত কাৰ্ডিঅ’লজী আই চি ইউ জনসাধাৰণৰ বাবে উছৰ্গা কৰে… একে সময়তে মুখ্যমন্ত্ৰীএ নিৰ্মাণৰত ৫৩৫ বিছনাযুক্ত জৰুৰীকালীন!-->!-->!-->!-->!-->…
ASSAM ? কৰিমগঞ্জ জিলাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন ড° হিমন্ত বিশ্ব শৰ্মা ৰ… assam 24 Aug 24, 2024 0 মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জ জিলাৰ মালৱাৰ চৈতন্য নগৰৰ ঐতিহাসিক শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন কৰে… ২৫০ বছৰ আগতে প্ৰতিষ্ঠা কৰা বুলি বিশ্বাস কৰা এই মন্দিৰটোৱে সদায়ে সনাতন সংস্কৃতিক বজাই ৰখা আৰু প্ৰচাৰ কৰাত এক!-->!-->!-->!-->!-->…
ASSAM ? ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল… assam 24 Aug 23, 2024 0 অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই প্ৰাৰ্থীত্বদ্বয় ক্ৰমে ৰামেশ্বৰ তেলী, আৰু মিছন ৰঞ্জন দাসৰ লগত সংগ দিয়ে…