? অসম চৰকাৰ আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ মাজত বিশ্ববিদ্যালয়খনত শ্ৰীমন্ত শংকৰদেৱৰ অধ্যক্ষ প্ৰতিষ্ঠা কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ…

0

অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ অধ্যক্ষতাত বিশ্বদৰবাৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ও গুৰুজনাৰ মহানত্তম সৃষ্টি নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ ও প্ৰসাৰৰ হেতু অসম চৰকাৰ আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ মাজত বিশ্ববিদ্যালয়খনত শ্ৰীমন্ত শংকৰদেৱৰ অধ্যক্ষ প্ৰতিষ্ঠা কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে…

উক্ত অনুষ্ঠানৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ এই অংশীদাৰিত্বই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ ভক্তি আন্দোলনৰ অধ্যয়ন আৰু গৱেষণাক অসমৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰাই নহয় ভক্তি আন্দোলনৰ ওপৰত ডক্টৰেট আৰু ডক্টৰেট ডিগ্ৰীৰ পিছৰ গৱেষণাও বহু পৰিমাণে সমৃদ্ধ কৰিব বুলি মতপোষণ কৰে…

তাৰোপৰি মুখ্যমন্ত্ৰী এ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমূলীয়া শিক্ষা বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰাৰ প্ৰচেষ্টাত বিশ্ববিদ্যালয়খনে সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে, যাৰ ফলত সাংস্কৃতিক জাতীয়তাবাদৰ মনোভাৱক আগুৱাই লৈ যাৱলৈ আহ্বান জঁনাই…

Leave A Reply

Your email address will not be published.