? শ্ৰী শ্ৰী মা মনসা পূজাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

0

কামৰূপৰ পছৰীয়াত আয়োজিত ঐতিহাসিক শ্ৰীশ্ৰী মা মনসা পূজাস্থলীত আজি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে…

মুখ্যমন্ত্ৰী এ মূল পূজাস্থলীলৈ ব্যক্তিগত অসুবিধাৰ বাবে দূৰৈৰ পৰাই সেৱা আগবঢ়াই অসমবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায়৷ এই উপলক্ষে তেখেতে ধৰ্মপ্ৰাণ ৰাইজৰ সৈতেও কিছু সময় কটায় আৰু পূজা সমিতিৰ সভাপতিকে ধৰি বিষ়ববীয়াসকলৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰে…

প্রতি বছৰে অনুষ্ঠিত শ্ৰীশ্ৰী মা মনসা পূজাভাগে বৃহত্তৰ পছৰীয়া অঞ্চলটোক সমৃদ্ধ কৰিব বুলি মুখ্যমন্ত্ৰী এ আশা ব্যক্ত কৰে…

Leave A Reply

Your email address will not be published.