? মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰজন্মদিনৰ শুভেচ্ছা জ্ঞাপন…

0

সমাজৰ বিভিন্ন স্তৰৰ বহুসংখ্যক লোকে যোৱানিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি তেখেতৰ সৈতে সমৃদ্ধ সময় অতিবাহিত কৰে…

মুখ্যমন্ত্ৰী এ আটাইকে তেখেতসকলৰ উষ্ম শুভেচ্ছাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেখেতে অসমৰ জনসাধাৰণৰ হৈ কাম কৰি যাবলৈ অনাগত সময়তো সকলোৰে পৰা আশীৰ্বাদ বিচাৰে…

Leave A Reply

Your email address will not be published.