আজি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা এ ঐতিহ্যমণ্ডিত বস্ত্ৰনগৰী শুৱালকুছিৰ বামুণপাৰাত আয়োজিত শ্ৰীশ্ৰী মা মনসা পূজাস্থলীত উপস্থিত থাকি অসমবাসীৰ কল্যাণৰ অৰ্থে পূজাস্থলীৰ পৰাই মা মনসাৰ আশীৰ্বাদ বিচাৰে…

নিৰ্দিষ্ট ধৰ্মীয় পৰম্পৰাৰে প্রতি বছৰে অনুষ্ঠিত এই পূজাভাগে বৃহত্তৰ শুৱালকুছি অঞ্চলটোৰ আধ্যাত্মিক জীৱনবোধ শক্তিশালী কৰি তুলিব বুলি মুখ্যমন্ত্ৰী এ ব্যক্ত কৰি এই মাংগলিক সময়খিনিত তেখেতে ধৰ্মপ্ৰাণ লোকসকলৰ সৈতে কিছু সময় অতিবাহিত কৰে…