? হাজো ত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

0

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই অসমৰ লৌহ পুৰুষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধি দেৱৰ বাসগৃহ হাজোৰ শিশু কল্যাণ ভৱনত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰে…

এইগৰাকী শ্ৰদ্ধাৰ দানবীৰ, স্বাধীনতা সংগ্ৰামী, প্ৰাক্তন মুখ্যমন্ত্ৰী, আৰু প্ৰতিজন অসমীয়াক অনুপ্ৰাণিত কৰি থকা অসমৰ প্ৰথমজন অসমীয়া ৰাজ্যপালৰ প্ৰতি মুখ্যমন্ত্ৰী এ গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে…

এই আপাহতে মুখ্যমন্ত্ৰী এ কমিটীখনৰ লগতে যিসকল লোকৰ সহযোগত ৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিটো স্থাপন সম্ভৱ কৰি তুলিছিল, তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই প্ৰতিমূৰ্তি বিষ্ণুৰাম মেধিৰ অসমৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি থকা নিষ্ঠাৰ প্ৰতি স্থায়ী শ্ৰদ্ধাঞ্জলি হিচাপে কাম কৰিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁৰ মানৱীয় আদৰ্শৰ চিৰস্থায়ী প্ৰতীক হিচাপে কাম কৰিব বুলি মুখ্যমন্ত্ৰী এ মতপোষণ কৰে…

Leave A Reply

Your email address will not be published.