?? হে শ্বহীদ প্ৰণামো তোমাক ??
আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মহান ক্ষণত গুৱাহাটী স্থিত শ্ৰদ্ধাঞ্জলি কাননত স্বাধীনতা আন্দোলনৰ শ্বহীদ সকলক ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই…

আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান আগন্তুক বছৰবোৰলৈ আমাৰ হৃদয় আৰু মনত সদায় খোদিত হৈ থাকিব বুলি মুখ্যমন্ত্ৰী এ মতপোষণ কৰে…