? ড° হিমন্ত বিশ্ব শৰ্মা ৰ উপায়ুক্ত সন্মিলন ত সভাপতিত্ব…

0

আজি অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই উপায়ুক্ত সন্মিলনৰ ২য় দিনৰ দিনা সভাপতিত্বত কৰি মিছন বসুন্ধৰা ৩.০ আৰু অন্যান্য আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা, আৰু ইয়াৰ মডালিটিসমূহৰ বিষয়ে আলোচনা কৰে…

মুখ্যমন্ত্ৰী এ এই পদক্ষেপসমূহৰ সফল ৰূপায়ণ আৰু কাৰ্যকৰীকৰণ সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে আৰু অসমক সকলো দিশতে আগশাৰীৰ ৰাজ্যলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যেৰে তেওঁৰ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে…

Leave A Reply

Your email address will not be published.