অমৃত বৃক্ষ আন্দোলন ২.০ সমাগত…
১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া গছপুলি ৰোপণৰ বিশাল পদক্ষেপটিৰ বাবে ৰাজ্যবাসীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ বলিষ্ঠ নেতৃত্বাধীন অসম চৰকাৰ সাজু হৈছে৷৷ ৩ কোটি গছপুলি ৰোপণৰ ১৫দিনীয়া জন অংশীদাৰিত্বৰ পদক্ষেপটিৰ জৰিয়তে সমাজৰ সকলো স্তৰৰ সদস্যই সেউজ অসম নিৰ্মাণৰ মহৎ লক্ষ্যৰে একত্ৰিত হ’ব…

উক্ত POST টিত উক্ত দিনকেইটাত ৰাজ্যবাসীৰ বাবে সাজু কৰি তোলা পুলিসমূহৰ সংৰক্ষণ কেন্দ্ৰৰ কিছু আভাস সন্নিৱিষ্ট কৰা হৈছে…