আজি 30/07/2024 দুপৰীয়া ১২.০০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উপস্থিত হৈ নতুন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায ৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যবাসীৰ হৈ মুখ্যমন্ত্ৰী এ নতুন ৰাজ্যপাললৈ শুভেচ্ছা জ্ঞাপন কৰে…