নতুনদিল্লীত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জে পি নাড্ডা ক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই…

উক্ত সাক্ষাৎকালত বিজেপি দলৰ সাংগঠনিক আৰু ৰাজনৈতিক বিষয়ত তেখেতৰ পৰামৰ্শ বিচৰাৰ লগতে মুখ্যমন্ত্ৰী এ বিভিন্ন নীতি-আদৰ্শগত বিষয়তো বিস্তৃত আলোচনা কৰে…
১) অসমৰ সকলোৰে বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যত উপনীত হ’বলৈ বৰ্তমানৰ আন্তঃগাঁথনি বিকশিত কৰা…
২) আয়ুষ্মান ভাৰত আৰু অন্যান্য স্বাস্থ্য আঁচনিৰ কাৰ্যকাৰিতা বৃদ্ধি কৰা…
৩) ৰাজ্যৰ বৰ্তমানৰ ৰাসায়নিক আৰু সাৰ উদ্যোগসমূহ শক্তিশালী কৰা…