? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক ড°হিমন্ত বিশ্ব শৰ্মা ৰ সাক্ষাৎ…
নতুনদিল্লীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই…

উক্ত সাক্ষাৎকালত মুখ্যমন্ত্ৰী এ অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন তথা ৰাজ্যখনত চলি থকা উন্নয়নমূলক কামৰ অৱস্থাৰ বিষয়েও আলোকপাত কৰে…
কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতিটো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সকলো প্ৰকাৰৰ সহায় ও সহযোগিতা কৰিব বুলি প্ৰধানমন্ত্ৰী এ আশ্বাস দিয়ে…