আজি ঐতিহাসিক ঝাৰখণ্ডৰ টৰপা বিধানসভা সমষ্টিত আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প জনসভাত অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহ-প্ৰভাৰী ড°হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে…

উক্ত জনসভাৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ ঝাৰখণ্ডৰ উন্নয়ন ও প্ৰগতিৰ স্বাৰ্থত সকলোকে দলেবলে বিজেপি ৰ প্ৰতি জনসমৰ্থন আগবঢ়াৱ লৈ মতপোষণ কৰে…