? কামৰূপৰ দদৰাত মাতাল শিক্ষক ভিক্টৰ দাস…

0

কামৰূপৰ দদৰাত এগৰাকী মাতাল শিক্ষকৰ উৰ্ধ উলংগ হৈ দদৰা-পছৰীয়া পথত নৃত্য । বিনা কাৰণত পথৰে চলাচল কৰা বাহনসমূহ আগভেটি ধৰি বাহন সমূহ চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে আৰোহীকো বেয়াকৈ মাৰধাৰ কৰে ।

চূৰ্ণ-বিচূৰ্ণ কৰা ডিজেয়াৰ বাহনখনৰ নম্বৰ AS 01DV 5125…

গুৱাহাটীৰ পৰা নিজ বাসগৃহলৈ আহি থকা অৱস্থাত বাহনৰ গৰাকী কিশোৰ ঠাকুৰীয়াৰ বাহনখন আগভেটি ধৰি বৰ্বৰ আক্ৰমণ কৰে । ইতিমধ্যে ভিক্টৰ দাসৰ বিৰুদ্ধে দদৰা আৰক্ষী চকীত ভূক্তভোগীয়ে দাখিল কৰিছে দুখনকৈ এজাহৰ…

ইফালে এই এজাহাৰৰ ভিত্তিত সোধা পোচাৰ বাবে ভিক্টৰ দাসৰ ঘৰত উপস্থিত হোৱা দদৰা আৰক্ষী চকীৰ বিষয়া গৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে ভিক্টৰে। ভিক্টৰ দাসৰ আক্ৰমণত আৰক্ষী বিষয়া অৰ্জুন তালুকদাৰৰ মুখমণ্ডল আৰু এখন হাতত বেয়াকৈ আক্ৰমণ কৰে মাতাল ভিক্টৰ দাসে

-AssamX24

Leave A Reply

Your email address will not be published.