ৰাজ্যত ৩৫ হাজাৰ নতুন চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ…
১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা…

২০ আৰু ২৭ অক্টোবৰত হ’ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা…
এইবাৰৰ পৰীক্ষাসমূহ APSC আৰ্হিত হ’ব…
এই বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ…