৭৩সংখ্যক কাৰ্বি আংলং দিৱসৰ শুভক্ষণত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই কাৰ্বি আংলং তথা অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা কৰিছে…

কাৰ্বি আংলঙৰ জন্মৰ আঁৰত বিশেষ অৱদান থকা আজিৰ এই মহান দিনটোত আটাইলৈ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰী এ ঐক্য-সংস্কৃতিত চহকী কাৰ্বি ভূমিৰ তথা ভাষা-সাহিত্য-সংস্কৃতিৰ অধিক প্ৰচাৰ-প্ৰসাৰৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়…