? দিছপুৰস্থিত লোকসেৱা ভৱন ত পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰয়াত বীৰুবালা ৰাভাৰ কন্যা শ্ৰীমতী কুমলী ৰাভা…

0

দিছপুৰস্থিত লোকসেৱা ভৱনৰ কাৰ্যালয়ত প্ৰসিদ্ধ সমাজসেৱিকা পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰয়াত বীৰুবালা ৰাভাৰ কন্যা শ্ৰীমতী কুমলী ৰাভাক পূৰ্বে ঘোষিত অনুসৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা এ ৫ লাখ টকাৰ এখন চেক আৰ্থিক সাহায্য হিচাপে আগবঢ়ায়…

প্ৰয়াত বীৰুবালা ৰাভাৰ পৰিয়ালবৰ্গই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰাজিৰো মুখ্যমন্ত্ৰী এ বুজ লয় আৰু আশু-সমাধানৰ আশ্বাস প্ৰদান কৰে…

Leave A Reply

Your email address will not be published.