? সদনত সৰৱ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ…

0

দেশকঁপোৱা ধিং কাণ্ডৰ বিৰুদ্ধে তথা মাছ জেহাদ, উজনিত মিঞাক সময়সীমা বান্ধি দিয়া সন্দৰ্ভত সদনত সৰৱ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ…

“খিলঞ্জীয়াৰ অধিকাৰ সদায় থাকিব, যেতিয়ালৈকে খৰ্ব নহয়; কিন্তু যেতিয়াই খৰ্ব হ’ব তেতিয়াই আইন-শৃংখলা পৰিস্থিতি উদ্ভৱ হ’ব, মন্তব্য মুখ্যমন্ত্ৰীৰ…

তাৰোপৰি উজনি অসমক মিঞালেণ্ড হ’বলৈ দিয়া ন’হৱ বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ৰ…

এইখন অসম মহাপুৰষ শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ, সংৰ্বানন্দ সিং, ৰাঘৱ মৰাণ, জোঙাল বলহু, স্বৰ্গদেউ চুকাফা ও লাচিতৰ আৰ্দশৰে মহিয়ান তথা মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা, খৰ্গেশ্বৰ তালুকদাৰ দৰে বীৰ শ্বহীদৰ বিৰত্তৰে গৌৰৱশালী অসমক সন্দেহযুক্ত বাংলাদেশীৰ চৰণীয়া পথাৰ হ’বলৈ দিয়া ন’হৱ বুলি শূংকাৰ মুখ্যমন্ত্ৰীৰ…

Leave A Reply

Your email address will not be published.