? ঝাৰখণ্ড ত উপস্থিত ড°হিমন্ত বিশ্ব শৰ্মা…

0

ঐতিহাসিক ঝাৰখণ্ডৰ ৰাঁচী স্থিত স্বাগতম অতিথিগৃহত অনুষ্ঠিত ঝাৰখণ্ড প্ৰদেশ বিজেপি ৰ মণ্ডল সভাপতিসকলৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

উক্ত বৈঠকত ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী এ সকলোকে ঝাৰখণ্ডৰ প্ৰগতি ও উন্নয়নৰ বাৰ্তাৰে জনতাৰ সৈতে নিৰন্তৰ জনসম্পকৰে আগন্তুক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বিপূল ভোটৰে বিজেপি দল ক জয়যুক্ত কৰাবৰ হেতু কাম কৰি যাৱলৈ আহ্বান জঁনাই…

Leave A Reply

Your email address will not be published.