হাজো শুৱালকুছিৰ বিজেপিৰ প্ৰৱল দাবীদাৰ তথা ৰাইজে বিচৰা সাম্ভাব্য যুব প্ৰাৰ্থী , সমাজ সেৱক, বিশিষ্ট চিকিৎসক বেদব্ৰত পাঠকলৈ নতুন দিল্লীত ড০ বি আৰ আম্বেদকাৰ সেৱাশ্ৰী ৰাষ্ট্ৰীয় বঁটা -২০২৫ প্ৰদান কৰে…

প্ৰদান কৰে ভাৰতীয় দলিত সাহিত্য অকাডেমিয়ে…
সমাজলৈ বিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে এই সন্মানজনক বঁটা লাভ কৰিছে হাজো শুৱালকুছিৰ গৌৰৱ ডাঃ বেদব্ৰত পাঠকে…