আজি লখিমপুৰত বিকাশৰ ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ই ডিব্ৰুগড়ত উপস্থিত হয়…
ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰী সচিবাল়য়ত থকা অৱস্থাত আজি ৰাজস্থানৰ জীয়ৰী তথা ডিব্ৰুগড়ৰ বোৱাৰী শ্ৰীমতী ৰেখা মৰ্দানীয়ে তেখেতে লিখা ‘ব্লাড ছইল'(Blood Soil) শীৰ্ষক এখন কিতাপ মাননীয় মুখ্যমন্ত্ৰীক উপহাৰস্বৰূপে আগবঢ়ায়…
উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ‘৪২ৰ শ্বহীদ কনকলতা বৰুৱাৰ স্বদেশপ্ৰেমৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কিতাপখন লিখি উলিয়াইছে…

মুখ্যমন্ত্ৰী এ তেখেতৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে…