ৰাজ্যৰ চাহ শ্ৰমিক-কৰ্মচাৰীসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ৰ বলিষ্ঠ নেতৃত্বাধীন অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে…

ৰাজ্য চৰকাৰখনে চাহ শ্ৰমিক-কৰ্মচাৰীসকলৰ সুৰক্ষিত ভৱিষ্যৎ নিৰ্মাণৰ উদ্দেশ্য সন্মুখত ৰাখিয়েই প্ৰতি মাহৰ ৩০ তাৰিখে পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰিছে৷ কাইলৈ অৰ্থাৎ ৩০ তাৰিখে ইয়াৰ অধীনত পেঞ্চন লাভ কৰিব ৬০ হাজৰতকৈও অধিক লোকে…