আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে নাগৰিককেন্দ্ৰিক সুশাসনৰ বাবে অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ (ARTPS)আৰু অভিযোগ দাখিল প’ৰ্টেলৰ শুভ উদ্বোধন কৰিব…

এই নতুন ব্যৱস্থাই জনতাৰ বাবে সুশাসন আৰু দায়বদ্ধতা সুনিশ্চিত কৰিব। অভিযোগ দাখিল প’ৰ্টেলৰ জৰিয়তে নাগৰিকসকলে সৰল আৰু দ্ৰুতগতিৰে নিজৰ অভিযোগসমূহ দাখিল কৰি সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ সুযোগ লাভ কৰিব…