? চিৰাঙৰ বেংতলৰ জাখ্ৰিখাং পথাৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

0

আগন্তুক চিদলী বিধানসভাৰ উপঃনিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি চিৰাঙৰ বেংতলৰ জাখ্ৰিখাং পথাৰত এখন বিশাল নিৰ্বাচনী সভাত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

উক্ত জনসভাত ৰাইজৰ পাৰভঙা উৎসাহ দেখি অভিভূত হ’ল মুখ্যমন্ত্ৰী দেৱ৷৷ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰী… হিলদল ভাঙি দলেবলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান সাব্যস্ত কৰিবলৈ ৰাইজক আহ্বান জঁনাই…

Leave A Reply

Your email address will not be published.