আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীছিৰাগ পাছোৱানৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…

উক্ত সাক্ষাৎকালত মুখ্যমন্ত্ৰী এ ৰাজ্যৰ স্বাৰ্থজনিত বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে অসমত নতুন খাদ্য প্ৰক্ৰিয়াকৰণৰ বিনিয়োগ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে…