শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত অসমৰ চাহ শ্ৰমিক সকললৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বাধীন অসম চৰকাৰে লৈ আহিছে আশাৰ বতৰা…

অসমৰ মূখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শী মনোভাৱ তথা বলিষ্ঠ ভূমিকাৰ হেতু ৰাজ্যৰ লাখ লাখ চাহ শ্ৰমিক সকলে লাভ কৰিলে ২০% শতাংশ পূজাৰ বোনাছ। এই বোনাছৰ দ্বাৰা ৰাজ্যৰ ৮০০খনতকৈও ওপৰৰ বাগিচাৰ ১০ লাখৰো অধিক শ্ৰমিক-কৰ্মচাৰী উপকৃত হ’ব…