? কৰিমগঞ্জ জিলাৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন ড° হিমন্ত বিশ্ব শৰ্মা ৰ…
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জ জিলাৰ মালৱাৰ চৈতন্য নগৰৰ ঐতিহাসিক শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন কৰে…

২৫০ বছৰ আগতে প্ৰতিষ্ঠা কৰা বুলি বিশ্বাস কৰা এই মন্দিৰটোৱে সদায়ে সনাতন সংস্কৃতিক বজাই ৰখা আৰু প্ৰচাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে…
ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে মন্দিৰৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰে আৰু মন্দিৰৰ উন্নয়নৰ বাবে তেখেতে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে…