? আৰক্ষীৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্য ৰাঁচীৰ ৰিমছত উপস্থিত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা…

0

অসমৰ মুখ্যমন্ত্রী তথা আগন্তুক ঝাৰখণ্ড বিধানসভা নির্বাচনৰ সহঃপ্ৰভাৰী ড° হিমন্ত বিশ্ব শর্মা ই যোৱাকালি হেমন্ত চ’ৰেণ চৰকাৰৰ লাঠিচার্জৰ ফলত আঘাতপ্ৰাপ্ত হোৱা আৰক্ষীৰ কনিষ্টবল সকলৰ অৱস্থাৰ সন্দর্ভত বুজ লোৱাৰ উদ্দেশ্য ৰাঁচীৰ ৰিমছত উপস্থিত হয়…

তাৰপিচত মুখ্যমন্ত্ৰী এ এক সংৱাদমেল সম্বোধন কৰি হেমন্ত ছ’ৰেন চৰকাৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে–“ইংৰাজসকলেও হেমন্ত ছ’ৰেণ চৰকাৰৰ দমনমূলক নীতি দেখি লাজ অনুভৱ কৰিলেহেঁতেন বুলি মতপোষণ কৰে৷৷ তেওঁ লগতে কয়‘ য়ে ঐতিহ্যমণ্ডিত ঝাৰখণ্ডত আগন্তুক বিজেপি চৰকাৰ হ’লে জনতাৰ উন্নয়নৰ হেতু কাম কৰা হ’ব বুলি ব্যক্ত কৰে….

Leave A Reply

Your email address will not be published.