চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ঐতিহ্যমণ্ডিত ভূটানলৈ ৰাওঁনা হ’ল অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা…
কাইলৈ অনুষ্ঠিত হবলগীয়া ভূটানৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই…

মুখ্যমন্ত্ৰীগৰাকীৰ এই অংশগ্ৰহণে ভাৰত আৰু ভূটানৰ মাজত বিদ্যমান বৈদেশিক সম্পৰ্ক অধিক দৃঢ় কৰাৰ লগতে এক নতুন যুগৰ সূচনা হ’ব…