? বিজ্ঞান মহোৎসৱ (আই আই এছ এফ) উদ্বোধন…

0

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা আই আই টি গুৱাহাটীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডা: জিতেন্দ্ৰ সিং আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ সৈতে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আই আই এছ এফ) উদ্বোধন কৰে…

আই আই এছ এফে বৈজ্ঞানিক উদ্ভাৱন আৰু উৎকৰ্ষতা উদযাপন কৰে। ই ভাৰতৰ সামূহিক বৈজ্ঞানিক সফলতা উদযাপনৰ লগতে বিজ্ঞানক বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰাত গুৰুত্ব প্ৰদান কৰিব…

মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা অসমৰ ১৫০০জন শিক্ষাৰ্থীক লৈ আনন্দ প্ৰকাশ কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চাকাংক্ষাৰ প্ৰতি অটল সমৰ্থন ৰখাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে…

Leave A Reply

Your email address will not be published.