? ডা: ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস…

0

কৰ্কট ৰোগৰ গুৱাহাটীস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি চিকিৎসা প্ৰতিষ্ঠান ডা: ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আজি গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠানখনৰ সমূহ চিকিৎসক-কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে…

লগতে যিগৰাকী মহান চিকিৎসক তথা স্বাধীনতা সংগ্ৰামীৰ নামেৰে এই অনুষ্ঠানটো নামাংকিত কৰা হৈছিল তেখেতলৈও মুখ্যমন্ত্ৰীয়ে গভীৰ শ্ৰদ্ধা নিৱেদন কৰে…

জন্মলগৰ আঁৰত থকা প্ৰত্যেকগৰাকী পূজ্য ব্যক্তিক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে কৰ্কট ৰোগৰ চিকিৎসা তথা গৱেষণা প্ৰতিষ্ঠানখন দেশৰ ভিতৰতে এখন জাকতজিলিকা চিকিৎসা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ প্ৰতিগৰাকী কৰ্মৰত চিকিৎসক, চিকিৎসা কৰ্মীয়ে সমৰ্পিত ভাবেৰে আগুৱাই যাবলৈ আহ্বান জনায়…

Leave A Reply

Your email address will not be published.