আজি স্বৰ্ণীল অসমীয়া জাতিৰ বাবে এক ঐতিহাসিক দিন…

অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাৰ হেতু লোৱা হ’ল এক বিৰল পদক্ষেপ…
আজি অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যদা। কেন্দ্ৰীয় কেবিনেটে জনোৱা হ’ল এই অনুমোদন৷৷ ইয়াৰ পূৰ্বে ছটা ভাষাহে আছিল ধ্ৰুপদী ভাষাৰ তালিকাত। সেই তালিকাত শেহতীয়াকৈ সংযোজন ঘটিল আমাৰ বিশ্ব দৰবাৰত স্বজ্ঞানেৰে মহীয়ান অসমীয়া ভাষা…