? বিত্তীয় সাহায্য হিচাপে ৭৫,০০০ টকাকৈ বিতৰণ…

0

অসম চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান (CMAA)ৰ অধীনত ৩০ ছেপ্টেম্বৰ, ২০২৪ তাৰিখে ২৫,০০০ তকৈও অধিক নিৰ্বাচিত যুৱ উদ্যোগীক প্ৰথম পর্যায়ৰ বিত্তীয় সাহায্য হিচাপে ৭৫,০০০ টকাকৈ বিতৰণ কৰিব….

আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব…

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ই বাছনি লাভ কৰা প্রতিগৰাকী যুৱ উদ্যোগীলৈ তেখেতসকলৰ নতুন যাত্রাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে…

Leave A Reply

Your email address will not be published.