? গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্ৰী ৰণজিৎ কুমাৰ দাস এ…

0

আজি ২ অক্টোবৰ তাৰিখটো দেশবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন ৷ কিয়নো আজিৰ দিনটোতেই জন্ম হৈছিল মা ভাৰতীৰ দুগৰাকীকৈ সুযোগ্য সন্তান জাতিৰ পিতা মহাত্মা গান্ধীজী আৰু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা লাল বাহাদুৰ শাস্ত্ৰী দেৱৰ…

আজি দুয়োগৰাকী মহান নেতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যিক জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী ৰণজিৎ কুমাৰ দাস এ…

Leave A Reply

Your email address will not be published.